Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
বৃন্দা চন্দ্ৰাৱলী সংবাদ

চন্দ্ৰা । Now look here Brinda বাই

Go tell him go:-

মই ৰাধা নহওঁ, বাঁহী বাই নচুৱাৰ মোক so!

Let him go to Radha’s Bower,

Here no চালাকি।

ইমান পাতল নহয় চন্দ্ৰা, ভালৰ জীয়াৰী নহয় কি?

 

বৃন্দা । হ’ব পাৰা ভালৰ জীয়াৰী, হ’ব পাৰা গধূৰ।

But why abuse our Radha?

What is her কচুৰ?

হাক দিলেও, কলাই বাঁহী বজাবলৈ নেৰে।

Awful naughty that boy

ৰাধাক বলিয়া কৰে!

 

চন্দ্ৰা । Steal the flute, pay him back in his own coin;

ফুটা কেইটাত মাটি সুমুৱাই মাৰি দিয়া তাৰ জইন।

That’s the way to put an end to that

Nuisance.

যোৱাঁ বৃন্দা! যোঁৱা লক্ষ্মী! Pray have

No nonsense.