Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
বাঁহী ৩

মোৰ একেটি সুৰত বাঁহীটি বন্ধা,
একেটি মাথোন মাত।
ৰাতিয়ে দিনে এটি হুমুনিয়া,
একেটি আনন্দ তাত॥

সুখৰ হাঁহিটি খন্তেকতে মৰে
দুখৰ আন্ধাৰ খন্তেকতে হৰে
শান্ত হৃদয় আবেগে আকুল
একেটি সুৰৰ আঘাত ॥

শবদ কপনি সপ্তম, পঞ্চম,
উচ্চৰে 'একমেব অদ্বিতীয়ম',
শোকৰ যাতনা, সুখৰ বাসনা,
মিহলি একেটি মাত ॥

বৈচিত্ৰ্য বিলয়, ভেদ সমন্বয়,
খণ্ডত অখণ্ড, বাঁহীটিয়ে কয়
হাঁহোন – কান্দোন প্ৰখৰ মধুৰ
এটি ধ্বনি উঠে তাত ॥
অন্ত অনন্তৰ মাজত আসন,
বাহীটিত বাজে আত্মবিলোপন
শুনা হে শুনা হে অমৃত- সন্তান,
আতমা পৰমাত্মাত॥