Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
বীণবৰাগী


দিন-দুপৰত
আগ-চোতালত
কোনেনো বাইছে বীণ?
কিনো গীত গায়,
কিনো কথা কয়,
উজাৰি লুকুৱা চিন?

বুজোঁ বুজোঁ কৰোঁ
বুজিব নোৱাৰোঁ,
কৰে ঐ বৰাগী তই!
কি দুখৰ কথা,
কি শোক বাৰতা,
কি কৈছ নুবুজোঁ মই।

সীতা আইৰ বাতৰি
যদিহে কৈছ,
নকবি আৰু ঐ মোক!
দময়ন্তী-দুখে
হিয়া ভাঙি নিব,‍
নালাগে অলপো বাৰু।

চিন্তা-শ্ৰীবৎসৰ
নাগাবি কাহিনী,
দ্ৰৌপদীৰ নকবি কথা,
সতী জয়মতী আয়তী দুখুনীৰ
দুখত লাগিল ব্যথা।