Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
গীত

প্ৰেম প্ৰেম বুলি জগ………………………ৎ ঘূৰিলোঁ,
ঘৰতে আছিল প্ৰেম;
ধন ধন কৰি ঢাপলি মেলিলোঁ,
হিয়াতেই পৰম ধন।
গঙ্গা-যমুনা স্নানিলো যতনে,
গয়া-কাশী তীৰ্থ কৈলোঁ;
হিয়াৰ ঈশ্বৰ হিয়াতেই আছিল,
কৰ্‌বাত বিচাৰি মৈলোঁ।
প্ৰকৃত ধৰম বিচাৰি খোচাৰি
বিদেশ বনালো দুখে;
নিজৰ দেশৰ নিৰ্ম্মল ধৰম
নামঘৰৰ দুৱাৰমুখে।
"গুৰু লাগে, মই শিক্ষিত শিষ্য"। -
জগতত জননী দিলোঁ;
জগতৰ গুৰু শংকৰ ঘৰতেই,
অন্ধলাই নেদেখিলোঁ।